Aatori Gola Lyrics in Assamese | Aatori Gola Song's Lyrics | Zubeen Garg song's lyrics
Aatori Gola is a new Assamese song which is sung by Zubeen Garg. This song is composed and music by Jayanta Kakati .
Song credits :
- Song Name :- Aatori Gola
- Singer :- Zubeen Garg
- Lyrics :- Sasanka Samir
- Composition & Music :- Jayanta Kakati
- Music Arrangement :- Bablu
- Additional Programming :- Sekhar Jyoti Goswami
- Tabla :- Raja Baruah
- Flute :- Lakhinandan Lahon
- Mix & Mastering :- Sekhar Jyoti Goswami
- Editor :- Pratim Lama
- Poster & Graphics Design :- Dipankar Deka
- All Paintings :- Mohan Bhuyan
Aatori Gola (আঁতৰি গ'লা) Song's Lyrics in Assamese :
আঁতৰি গ'লা
তুমি আনলে'
এৰি গ'লা মোক
মহঙা কৰি
আঁতৰি গ'লা
তুমি নিমাতে
যাচি গ'লা মোক
তমষা বেলি
কিয় জানো পাৰিজাতো
মোহাৰি চিঙি
তুমি আঁতৰি গ'লা
কিনো জানো অভিমানে
ভুলকে বুজি
তুমি এলাগী হ'লা
আঁতৰি গ'লা
তুমি আনলে'
এৰি গ'লা মোক
মহঙা কৰি
সোঁৱৰণীৰ সাঁচিপাতে
সাধু জানা সাঁচি ৰাখে
মাৰিচিকাৰ মায়াজালে
তুমি অহাৰ ছবি আঁকে
কিয় জানো ভালপোৱাৰ
ভাল লগা
তুমি পাহৰি গ'লা
কিনো জানো উৰণীয়া
নীলিমা দেখি
তুমি দূৰণী হ'লা
আঁতৰি গ'লা
তুমি আনলে'
এৰি গ'লা মোক
মহঙা কৰি
সুখে দুখে সৰাপাতে
সপোনতে কথা পাতে
ৰ'দে পুৰা স্মৃতিবোৰে
বাৰে বাৰে ৰিঙি মাৰে
কিয় জানো হালধীয়া
বাঁহী শুনি
তুমি আদৰি ল'লা
কিনো জানো কাঁইটীয়া মৰুভূমি
তুমি উজাৰি দিলা
আঁতৰি গ'লা
তুমি আনলে'
এৰি গ'লা মোক
মহঙা কৰি
আঁতৰি গ'লা
তুমি নিমাতে
যাচি গ'লা মোক
তমষা বেলি